মঙলদৈত নোৱানদীৰ সংহাৰীৰূপ | বৃহত্বৰ নগৰবাহী অঞ্চলৰ বিভিন্ন গাওঁ প্লাৱিত |

মঙলদৈত নোৱানদীৰ সংহাৰীৰূপ | বৃহত্বৰ নগৰবাহী অঞ্চলৰ বিভিন্ন গাওঁ প্লাৱিত |

মঙলদৈত নোৱানদীৰ সংহাৰীৰূপ | বৃহত্বৰ নগৰবাহী অঞ্চলৰ বিভিন্ন গাওঁ প্লাৱিত |
জিলা প্রসাশনক সাহাৰ্য প্রদানৰ বাবে স্থানীয় ৰাইজৰ আহ্বান|

কেইবাদিনো হৈ থকা নেৰা নেপেৰা বৰষুনৰ ফলত মঙলদৈৰ নিকটৱৰ্তী নোৱা নৈ য়ে সংহাৰীৰূপ ধাৰন কৰিছে | ফলত নৈ খনৰ মঠাউৰি আৰু c.m dutta বান্ধৰ মঠাউৰি দুটি চিগি যায় |ইয়াৰ ফলত কানাইচুৱা,মোল্লাপাৰা ,অধিকাৰী,২ নম্বৰ বেজ পাৰা,চমুৱাপাৰা আদি অঞ্চল সমূহ সম্পূৰ্ণ ৰূপে পানীত বুৰ যায । খেতি পথাৰ নষ্ট হোৱাৰ লগতে বিভিন্ন সা সম্প্রতিও নষ্ট হৈ যায় |

মকছেদ আলিৰ ৰিপৰ্ট , Mangaldoi , Guwahati Times.

Watch Video

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.