ম’বাইল চাৰ্জ দিবলৈ গৈ কৰুণ মৃত্যু এজন লোকৰ, গুৰুতৰভাৱে আহত লোকজনৰ পত্নী

ম’বাইল চাৰ্জ দিবলৈ গৈ কৰুণ মৃত্যু এজন লোকৰ, গুৰুতৰভাৱে আহত লোকজনৰ পত্নী

মোবাইল চাৰ্জ দিবলৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এজন লোকৰ।

কৰিমগঞ্জৰ কাজিৰবজাৰ এলেকাত সংঘটিত হয় এই অঘটন।

বিদ্যুৎস্পৃষ্ট হৈ স্বামীৰ মৃত্যুৰ সমান্তৰালভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে পত্নী।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে ৩৬ বছৰীয়া বিজয় ৰায়ৰ।

মৃত বিজয় ৰায়ৰ পত্নী বৰ্তমানে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

GTM Desk