মুছলমানৰ নাম লৈ ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি দিছিল ২ হিন্দু যুৱকে

মুছলমানৰ নাম লৈ ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি দিছিল ২ হিন্দু যুৱকে

মুছলমানৰ নাম লৈ কু-কাণ্ড সংঘটিত কৰিলে গো-সেৱা পৰিষদৰ নেতাই।

দেশত ভয়ানক কাণ্ড সংঘটিত কৰাৰ ভাবুকি দিয়া আলম আনছাৰী আৰু জুবেৰ খান প্ৰকৃততে কোন?

তাহৰ সিং আৰু ঔম প্রকাশ মিশ্র নামৰ যুৱকে দিছিল ভাবুকি

মেইলৰ জৰিয়তে ৰাম মন্দিৰ আৰু যোগী আদিত্যনাথক আক্ৰমণৰ ভাবুকি দিছিল

আলম আনছাৰী আৰু জুবেৰ খান নাম লৈ ২ যুৱকে দিছিল ভাবুকি

তাৎক্ষণিকভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱক দুজনক

Read More: https://www-indiatoday-in.translate.goog/india/story/up-special-task-force-yogi-adityanath-ram-temple-ayodhya-bomb-threats-2484013-2024-01-04?_x_tr_sl=en&_x_tr_tl=hi&_x_tr_hl=hi&_x_tr_pto=tc&_x_tr_hist=true

Shahnawaz Hamza