ৰাজপথতে জ্বলি উঠিল এখন চিমেন্ট মিক্সাৰ ট্ৰাক |

 মহাৰাষ্ট্ৰৰ খাৰেগাওঁৰ ৰাজপথত দাও দাওকৈ জ্বলি উঠিল এখন চিমেন্ট মিক্সাৰ ট্ৰাক। ঘটনাস্থলীত ততাতৈয়াকৈ দুখনকৈ অগ্নি-নিৰ্বাপকবাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। কোনোলোক হতাহতৰ তথ্য পোহৰলৈ অহা নাই।

You May Also Like

More From Author