মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু…
- ধিঙৰ পানবাৰীত মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু
- ১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ
- এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু যুৱকৰ
- মৃত যুৱকজনৰ নাম বিতু হাজৰিকা
- বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত