মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰক নেওচি উদযাপন পবিত্ৰ ঈদ উল্ল জহা
আজি পবিত্ৰ ঈদ উল্ল জহা । সমগ্ৰ বিশ্ব লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মালম্বী লোকসকলে উদযাপন কৰিলে পবিত্র ঈদ । প্ৰতিকূল বতৰকো নেওচি ঈদগাহ মৈদাম , মহজিদত আডাই কৰিলে নামাজ ।