মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।এই ক্ষেত্ৰত বাদ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থীও।ৰাইজৰ বিপুল আহ্বান ক্ৰমে মৰিগাওঁ তৰাবড়ী পঞ্চায়তৰ সভানেত্ৰীপদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেখা দেৱী সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে ৷ বিজেপিৰ পৰা টিকত বিচাৰিছল যদিওঁ সেয়া ভাগ্যত নঘটিল।বি জে পি ৰ পৰা টিকট নোপোৱাত তেওঁ হাৰ নামানি ৰাইজৰ সহায়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে সাজু কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে। ৰাইজৰ বিপুল ভোটেৰে জয়ী হোৱাৰ সপোন তৰাবড়ী ৰাইজৰো। সেয়েহে তেওঁলোক উঠি পৰি লাগিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।

মৰিগাওঁৰ পৰা সঞ্জয় কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.