যুব বিধায়ক গুৰুজ্যেতি দাসে দিন ৰাতি একেকাৰ কৰি সমষ্টিটোক এক নতুন ৰূপত গঢ়ি তুলিবলৈ সক্ষম হৈছে।

1 min read

সমষ্টিটোৰ প্ৰতিটো পৰিয়ালৰ খবৰ মুখ দৰ্পনত থকা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ ৰাইজক ক’ৰোণা মহামাৰীৰ বাবে হোৱা লকডাউনৰ সময়ত প্ৰতিঘৰ দুখীয়া লোকে পোৱাকৈ সহায়ৰ হাত আগবঢ়াই আহিছে, ৷ক’ৰণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ লকডাউনৰ ঘোষণা আছিল সময়োচিত |

বিধায়ক গুৰুজ্যোতি দাসে এইবা পথাৰত ভুই ৰোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰত গঢ়াৰ আহবানক সঁহাৰি জনাই দৰং জিলাৰ বৰমপুৰ অঞ্চলত কৃষক ৰাইজক আত্ম নিৰ্ভৰশীল কৰাৰ বাবে “চেষ্টা এন জি অ” ৰ উদ্যোগত বৈজ্ঞানিক উন্নত মানৰ পদ্ধতিৰে কম ঠাইত অধিক ধান খেতি উৎপাদনৰ প্ৰবলীকৰণ পদ্ধতিৰে কৰা খেতি #ভুঁই ৰুই #গুচি লোৱাৰে শুভাৰম্ভণি কৰে। অধিক উ৷৷এই বিধায়ক গৰাকী এতিয়া মানৱ দৰদী বিধায়ক ৰূপে পৰিচিত হৈ দৰঙৰ লোকৰ অন্তৰ জিনিবলৈ সক্ষম হৈছে।

You May Also Like

More From Author