যোৱা ৫ মাৰ্চৰ পৰা সন্ধানহীন অবিনাশ শইকীয়া

1 min read

যোৱা ৫ মাৰ্চৰ পৰা সন্ধানহীন অবিনাশ শইকীয়া। অবিনাশ শইকীয়া যোৰহাটৰ ২ নং ব্ৰাহ্মন গাঁও নিবাসী অচ্যুত শইকীয়াৰ পুত্ৰ। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই অবিনাশৰ। কোনো লোকে সন্ধান পালে 8876187346 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

You May Also Like

More From Author