Advertisement

সদৌ অসম সাহিত্য সন্মিলনীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনলৈ ‘অসম অভিনয় ৰত্ন’ বঁটা ঘোষণা কৰিছে।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

সদৌ অসম সাহিত্য সন্মিলনীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনলৈ ‘অসম অভিনয় ৰত্ন’ বঁটা ঘোষণা কৰিছে।

বিশিষ্ট অভিনেতা আদিল হুছেইন অসমলৈ অহাৰ সময়তে প্ৰদান কৰা হ’ব এই বঁটা।‍

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ