সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

1 min read

🔷সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম।

🔷ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে ইয়াক সন্মান জনোৱা উচিত।

🔷অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মীয় স্থানসমূহৰ পুনৰ নিৰ্মাণৰ আহ্বান জনাই এই কথা ব্যক্ত কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

 

 

You May Also Like

More From Author