সন্ধিয়া ৬বজাৰ পৰা পুৱা ৫বজালৈ কাৰ্ফিউ, ক’ত?
- ৰাজস্থানতো ঘোষণা কৰা হল নৈশ সান্ধ্য আইন।
- কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত চকু ৰাখি এই প্ৰদক্ষেপ গ্ৰহণ চৰকাৰৰ।
- সন্ধিয়া ৬বজাৰ পৰা পুৱা ৬বজালৈ নৈশ সান্ধ্য আইন।
- কঠোৰভাৱে এই নিয়ম পালিবলৈ আহ্বান জনতাক।
- এপ্ৰিলৰ ১৬তাৰিখৰ পৰা ৩০এপ্ৰিললৈ বাহাল থাকিব এই সান্ধ্য আইন।