সাৱধান মহানগৰবাসীঃ গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত

সাৱধান মহানগৰবাসীঃ গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত

মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দালৈ সতৰ্কতা জাৰি

ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা ৰাইজক আঁতৰি থকাৰ নিৰ্দেশনা

কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা

গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত

এই তালিকাত আছে চানমাৰি,কাহিলিপাৰা,খানাপাৰা,বোন্দা ইত্যাদি

Shahnawaz Hamza