হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।

1 min read

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।
তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত ৰখাই থোৱা পুৰণি ট্ৰেভেলাৰ বাহনত অগ্নিকাণ্ড।
ট্ৰেভেলাৰ বাহনখনৰ নম্বৰ AS12 E 6992
দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বাহনখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হয় সেয়াএতিয়াও ৰহস্যৰ আৱৰ্তত।
খবৰ পোৱা মাত্ৰে অগ্নিনিৰ্বাপক বাহিনীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ।
ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

You May Also Like

More From Author