১৬ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?
ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : আপোনাৰ মতামত সকলো ক্ষেত্ৰতে গ্ৰাহ্য হ’ব, সকলোৰে প্ৰশংসা লাভ কৰিব।
বৃষ : ইতিবাচক মনোভাৱ লৈ সকলোৰে সৈতে মতামত শ্বেয়াৰ কৰি সমস্যাৰ সমাধান কৰিব লাগিব।
মিথুন : সম্পৰ্কই হওক বা কৰ্মক্ষেত্ৰ – সৃজনশীলতাৰ দিশত জোৰ দিলে সফলতা আহিব।
কৰ্কট : কাষৰ মানুহৰ সৈতে যিমান স্পষ্টভাৱে কথা পাতিব, সম্পৰ্কৰ বান্ধোন মজবুত হ’ব।
সিংহ : কৰ্মজীৱনৰ পৰা ব্যক্তিগত জীৱনলৈ – সকলোৰে সমৰ্থন লাভ কৰিব, দিনটো ভালদৰে পাৰ হ’ব।
কন্যা : আৰ্থিক সমস্যা সমাধানৰ দিন, সেয়ে উদ্যোগী হওক! দিনটো সুন্দৰভাৱে পাৰ হ’ব।
তুলা : নিজৰে হওক বা আনৰে হওক, সকলো সমস্যাৰ সমাধান হাতৰ মুঠিত থাকিব।
বৃশ্চিক : আনৰ যত্ন লোৱাৰ দিন, তাৰ মাজেৰেই সম্পৰ্ক সুদৃঢ় হ’ব।
ধনু : স্পষ্টবাদিতা আৰু ইতিবাচকতাই কৰ্মক্ষেত্ৰত নতুন সুযোগ আনিব।
মকৰ : ভুল বুজাবুজি দূৰ কৰাৰ শ্ৰেষ্ঠ সময়, সেয়ে স্পষ্টভাৱে কথা কওক।
কুম্ভ : উদ্যোগী হ’লেহে লক্ষ্মীলাভ হ’ব, এই কথা নাপাহৰিব।