২৫ শতাংশ বাছ ভাড়া বৃদ্ধি

1 min read

২৫ শতাংশ বাছ ভাড়া বৃদ্ধিত ৰাজ্য চৰকাৰৰ অনুমোদন | দুৰনিবতীয়া বাছে প্ৰতি কি.মি.ত ১.৩৩ টকা,এচি বাছে ১.৫৪ টকা আৰু পাহাৰীয়া ৰাস্তাৰ বাবে ১.৬৫ টকা হ’ব এতিয়াৰে পৰা |

চিটিবাছৰ নূন্যতম ৮ টকা আৰু সৰ্ব্বোচ ২৭ টকা হব ভাড়া |

পেট্ৰ’ল টেক্সিৰ প্ৰথম কি.মি.ত ৩৭.৫০ আৰু পিছৰ প্ৰতি কি.মি.ত ২০.৩১ টকাকৈ , সেইদৰে ডিজেলত ২৮.১৩ আৰু ১২.৫০ টকা হ’ব

You May Also Like

More From Author