৩ গ্ৰহৰ গতি সলনি, ৰজাৰ আসনত এই চাৰি ৰাশি, ভাগ্যৰ খেল আৰম্ভ এপ্ৰিলতে

৩ গ্ৰহৰ গতি সলনি, ৰজাৰ আসনত এই চাৰি ৰাশি, ভাগ্যৰ খেল আৰম্ভ এপ্ৰিলতে

এপ্ৰিল মাহ আৰম্ভ হ’ব দুদিন পিছতে। জ্যোতিষ শাস্ত্ৰত এই মাহত গ্ৰহৰ অৱস্থানৰ বাবে খুব বিশেষ। কাৰণ এই মাহত বহু গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। কিছু গ্ৰহই পথো সলনি কৰিব। ফলত ইয়াৰ প্ৰভাৱ পৰিব প্ৰতিটো ৰাশিৰ জাতক-জাতিকাৰ ওপৰত। ভূপালৰ বাসিন্দা জ্যোতিষী আৰু বাস্তু পৰামৰ্শদাতা পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাই এই বিষয়ে বিস্তাৰিত তথ্য জনাইছে।

বুধ বকৰি খুব সোনকালে অস্ত যায় কাৰণ ই সূৰ্যৰ আটাইতকৈ ওচৰত। ৪ এপ্ৰিলত মেষ ৰাশিত অস্তমিত হ’ব বুধ। বহু ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। ৯ এপ্ৰিলত মীন ৰাশিত প্ৰৱেশ কৰিব বুধে। তাৰ পিছত ১০ মে’ত মীন ৰাশিত থকাৰ সময়ত ই আকৌ মেষ ৰাশিত প্ৰৱেশ কৰিব।

২৩ এপ্ৰিলত মংগলৰ স্থান সলনি। গ্ৰহৰ সেনাপতি বৃহস্পতি প্ৰৱেশ কৰিব মীন ৰাশিত। মংগল মীন ৰাশিত প্ৰৱেশ কিলে বুধ আৰু ৰাহুৰ সৈতে মিলন ঘটিব। শুক্ৰ গ্ৰহক সুখ, সুবিধা, সম্পদ আৰু সমৃদ্ধিৰ দাতা বুলি কোৱা হয়। শুক্ৰই ২৫ এপ্ৰিলৰ দুপৰীয়া ১২.০৭ বজাত মেষ ৰাশিত প্ৰৱেশ কিব। শুক্ৰই ১৯ মে’ পৰ্যন্ত এই ৰাশিত থাকিব আৰু তাৰ পিছত নিজস্ব ৰাশি বৃষ ৰাশিত প্ৰৱেশ কৰিব।

২ এপ্ৰিল, ২০২৪ত মেষ ৰাশিত পিছুৱাই যাবলৈ আৰম্ভ কৰিব বুধ। বুধ বুদ্ধিমত্তা, বিচক্ষণতা গ্ৰহ হিচাপে বিবেচিত হয়। মেষ ৰাশিত বুধৰ বিপৰীতমুখী গতিবিধিৰ বাবে কিছুমান ৰাশিৰ জাতকসকলৰ উপকা হ’ব আৰু কিছু ক্ষতি হ’ব। মেষ, বৃষ, সিংহ, ধনু, মকৰ আৰু কুম্ভ ৰাশিৰ জাতকসকলে বিশেষ সুবিধা পাব পাৰে।

সুৰ্য গোচাৰ ২০২৪ : ১৩ এপ্ৰিলত গ্ৰহৰ ৰজা সূৰ্য মেষ ৰাশিত প্ৰৱেশ কৰিব। ১৪ এপ্ৰিল পৰ্যন্ত মেষ াশিত অৱস্থান কৰিব সূৰ্য আৰু তাৰ পিছত বৃষ ৰাশিত প্ৰৱেশ কৰিব। প্ৰায় ১২ বছৰ পিছত এক সূৰ্য-বৃহস্পতি সংযোগ সৃষ্টি হ’ব। এনে পৰিস্থিতিত মেষ আৰু মিথুনৰ উপৰি কিছু গ্ৰহই শুভ প্ৰভাৱ পাব।

এপ্ৰিল মাহত এই মহাজাগতিক ঘটনাত মেষ, বৃষ, মিথুন, কন্যা, বৃশ্চিক আৰু মীন ৰাশিৰ জাতকসকল আটাইতকৈ বেছি সুবিধা পাব পাৰে। এপ্ৰিল মাহ চাকৰিজীৱীসকলৰ বাবে আৰ্থিক লাভ লৈ আহিব পাৰে। অমীমাংসিত কাম শেষ হ’ব।

GTM Desk

Related