ৰঙালী বিহুৰ প্ৰাকমুহুত্বত টেঙাপুখুৰীৰ কুকুৰাচৰাৰ অংকুৰাজৰ অংৰ্কিড উদ্যানত ৰমকজমককৈ ফুলিছে কপৌফুল

ৰঙালী বিহুৰ প্ৰাকমুহুত্বত টেঙাপুখুৰীৰ কুকুৰাচৰাৰ অংকুৰাজৰ অংৰ্কিড উদ্যানত ৰমকজমককৈ ফুলিছে কপৌফুল

সৰুতেই কপৌফুলৰ প্ৰেমত পৰিছিল চৰাইদেউৰ অংকুৰাজ গগৈ নামৰ এজন যুৱক৷হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকমুহুত্বত টেঙাপুখুৰীৰ কুকুৰাচৰাৰ অংকুৰাজৰ অংৰ্কিড উদ্যানত ৰমকজমককৈ ফুলিছে কপৌফুল৷ চৌদিশে এতিয়া বিহুটিক আদৰাৰ প্ৰস্তুতি৷কপৌ ফুলৰ গন্ধই ৰজনজনিইছে চৌদিশ৷চৰাইদেউ জিলাৰ টেঙাপুখুৰীত এই অংকিড উদ্যানত দেখিবলৈ পোৱা গৈছে কপৌফুল৷কুকুৰাচৰাৰ অংকুৰাজ গগৈ নামৰ শিক্ষিত যুৱকজনে ২০১০ চনতে গঢ়ি তোলা অৰ্কিড পাৰ্কখনত আজি দেশ বিদেশৰ ২৫ শৰো অধিক অৰ্কিড সংৰক্ষণ কৰি ৰাখিছে৷কপৌফুলেৰে আৰম্ভ কৰা অৰ্কিড উদ্যানখনত এতিয়া বিহুৰ প্ৰাকমুহুত্বত দেখিবলৈ পোৱা গৈছে কপৌফুল৷ সুন্দৰ ৰূপত ফুলি থকা কপৌফুলৰ গন্ধই ৰজনজনাইছে চৌদেশ৷কেৱল কপৌফুলেই নহয় কেইবাখনো দেশৰ অৰ্কিড সংগ্ৰহ কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছে অংৰ্কিডৰ বাগিছা৷
চাঁওক এক প্ৰতিবেদন ।

GTM Desk