ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ চলিব নগাঁও আদালতত ৷

ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ চলিব নগাঁও আদালতত ৷

নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ এই নিৰ্দেশ ।
নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে জাৰি কৰে এই নিৰ্দেশনা ।
নগাঁও আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদন অগ্ৰাহ্য আদালতৰ । আৰক্ষীয়ে দুয়োপক্ষৰ বুজাবুজি হোৱা বুলি দাখিল কৰিছিল প্ৰতিবেদন ।
এতিয়াৰে পৰা আদালতত চলিব ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ ।
অহা ৮ জানুৱাৰী ২০১৯ তাৰিখে নিৰ্ধাৰণ কৰিছে গোচৰটোৰ পৰৱৰ্তী দিন

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.