ৰাজ্য প্ৰশাসনত পুনৰ সালসলনি |

ৰাজ্য প্ৰশাসনত পুনৰ সালসলনি |

ৰাজ্য প্ৰশাসনত পুনৰ সালসলনি

পশ্চিম কাৰ্বি আংলং জিলাত উপায়ুক্ত নিযুক্তি | জিলাখনৰ নতুন উপায়ুক্ত হ’ব ইছফাকুৰ ৰহমান

চিৰাং জিলাৰ DCৰূপে নিযুক্ত গৌতম তালুকদাৰ

কোকৰাঝাৰ জিলাৰ DC হ’ব পাৰ্থপ্ৰতিম মজুমদাৰ

কাৰ্বি আংলঙৰ নতুন উপায়ুক্ত মুকুল শইকীয়া

ললিত গগৈক পৰিবহণ সচিবৰ পৰা অব্যাহতি | গগৈ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সচিব

নীৰা গগৈ সোণোৱালক পৰিবহণ বিভাগৰ সচিবৰূপে নিযুক্তি | ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব নীৰা

ছাজিদা ইছলাম ৰছিদক স্বাস্থ্য-পৰিয়াল কল্যাণৰ সচিবৰ দায়িত্ব

সমাজ কল্যাণৰ সচিব ছাজিদা ইছলাম ৰছিদ

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.