ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাটো সংঘটিত হয় টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীত।

ট্ৰেভেলাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীৰ কাষতে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত যাত্ৰীসহ ট্ৰেভেলাৰ আৰু বাইক লগে লগে বাগৰি পৰিল ঐতিহাসিক বাদুলীপুখুৰীত।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ