ৰাস চাই উভতাৰ পথতেই পথ দুৰ্ঘটনাত মৃত্য়ু যুৱকৰ

ৰাস চাই উভতাৰ পথতেই পথ দুৰ্ঘটনাত মৃত্য়ু যুৱকৰ

নাৰায়ণপুৰৰ চুনজুলিত পথ দুৰ্ঘটনা।

নিয়ন্ত্রণ হেৰুৱাই দলঙৰ তলত পৰিল বাইক আৰোহী।

দেওবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা।

থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত আনজন আৰোহী।

নিহত যুৱকজন ৰামপুৰৰ অজিত বৰা বুলি চিনাক্ত।

গুৰুতৰভাৱে আহতজনৰ নাম মঞ্জিল বৰা।

ৰাস চাই উভতি অহাৰ পথত এই দুৰ্ঘটনা।

আহতজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ।

Shahnawaz Hamza