ৰূপহীহাটৰ গেৰুৱাটি গাৱত নিৰ্বাচনী হিংসা ৷

1 min read

NPP ৰ প্ৰাৰ্থীৰ গাড়ীত আক্ৰমন কংগ্ৰেছৰ গুন্ডাবাহিনীৰ ৷
NPP ৰ প্ৰাৰ্থী আব্দুল আজিজে নিৰ্বাচনী প্ৰচাৰ চলাই থকা আৱস্হাত কংগ্ৰেছী গুন্ডাবাহিনীয়ে তিনিখন গাড়ীত আক্ৰমন কৰি ক্ষতি সাধন কৰাৰ লগতে ছাদ্দাম হুছেইন, আবু তাহেৰ আৰু ছোৰহাব আলী গুৰুত্বভাৱে আহত হয়৷
ইতিমধ্যে ৰুপহী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
ইফালে আজিজে নিৰাপত্তা লাগে বুলিও চৰকাৰক জনাই।

BATSSAM NZ HAQUE- REPORT GUWAHATI TIMES

You May Also Like

More From Author