16th Death Anniversarry of Pratima Baruah Pandey.
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৬সংখ্যক মৃত্যুতিথি উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। আজি সদৌ অসম ছাত্ৰ সন্থাই বিহালীৰ লোক সংস্কৃতিৰ সাধক বিনোদ খনাললৈ আনুষ্ঠানিক ভাৱে প্ৰতিমা পাণ্ডে বৰুৱা বটাঁ প্ৰদান কৰে। গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ সৈতে দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।