বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ -পুনৰ বিস্ফোৰণৰ হুংকাৰ বিজেপি বিধায়ক অতুল বৰাৰ -৫ অক্টোবৰৰ ভিতৰত মই বিস্ফোৰণ ঘটাম : অতুল -বিস্ফোৰণ সন্দৰ্ভত এখন ফটো লৈ ইংগিত দিয়ে বিধায়কজনে -RSSৰ বিৰুদ্ধে বিস্ফোৰণৰ ইংগিত অতুল বৰাৰ
Month: September 2018
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়। বৰ্তমানৰ উপাধ্যক্ষ হৈছে ৰাজ্যৰ ১ নং নম্বৰ বিধানসভা সমষ্টি ৰাতাবাৰীৰ বিধায়ক কৃপনাথ মালাহ। অহা বুধবাৰৰ পৰাহে অৰ্থাৎ কালিৰ পৰাহে তেওঁ দায়িত্ব গ্ৰহন কৰিব। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ হিমাচল প্ৰদেশত প্ৰথমে প্ৰবল বৃষ্টিপাত আৰু তুষাৰ ধুমুহা। আৰু তাৰ পাছত বুকু কঁপি যোৱা বানৰ তাণ্ডৱ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিমাচল প্ৰদেশত। চকুৰ সন্মুখতে নদীৰ বুকুত উটি গ’ল এখন বাছ। হিমাচল প্ৰদেশত নদীৰ খৰস্ৰোতা পানীয়ে উটুৱাই লৈ গ’ল এখন প্ৰকাণ্ড বাছ । মুষলধাৰ বৰষুণৰ বাবে বিভিন্ন
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ বিধানসভাৰ সদনত গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ প্ৰশ্নত উত্তৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে – – – – – – “পথ কোনো সমষ্টিৰ নাথাকে পথ সকলোৰে, সকলোৱে সকলোতে খোজকাঢ়ে।” ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ সীমাহীন উত্কণ্ঠা গুৱাহাটী বিশ্ববিদ্যালয়ত। আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনা। আজি কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচিত হ’ব নতুন প্ৰতিনিধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী