বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ লামডিঙত নিশা ৰমৰমীয়া জুৱাৰ খেল ৷ মাজনিশা লামডিং আৰক্ষীৰ অভিযান। লামডিং ৰিলিফয়াৰ্ডৰ বি ঘুমটি অঞলৰ পৰা উৎখাত কৰে এই জুৱাৰ ঘাটি নগদ ১লাখ ৫০ হাজাৰ টকা ১০জন জুৱাৰীক আটক। বহু দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল ৰমৰমীয়া জুৱা ৷ এই জুৱা চলোৱা
Month: September 2018
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেশৰ সৰ্বশ্ৰেষ্ঠ দু:সাহসিকতাৰ বঁটা ‘চেৰপা টেনজিং নৰ্গে’ বঁটা ঘোষণা অৰুণাচলৰ পৰ্বতাৰোহী আনচু জামচেনপালৈ সৰ্বশ্ৰেষ্ঠ দু:সাহসিকতাৰ বঁটা ২৫ ছেপ্টেম্বৰত ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰিব জামচেনপাক। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ অহা অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ সকলো জিলাতে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হ’ব। ইতিমধ্যে অসমত আৰম্ভ হৈছে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া। ৰাজ্যৰ ৩৩খন জিলাত মুঠ ১২৪১টা কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণৰ মাজত আধাৰ কার্ড বিতৰণ কৰা হ’ব। ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ বা কার্ড নাগৰিকত্বৰ প্রমাণ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত। বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী স্বাস্থ্য বীমা আঁচনিখন শুভাৰম্ভ কৰিৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই। আয়ুস্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱাৰ আঁচনি যাৰ দ্বাৰা প্ৰায় ৫০ কোটি জনসাধাৰণক সাঙুৰি লোৱা হ’ব
বিগ ব্ৰেকিং নিউজ হঠাৎ মাজনিশা জালুকবাৰী – ভৰলুমুখ পথত দেখা গল ড০ হিমন্ত বিশ্ব শৰ্মাক। মাজনিশা আহি জালুকবাৰী – ভৰলুমুখ পথ মেৰামতিৰ বুজ ললে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।