Month: September 2018

ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।

ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।

  বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেওবাৰে পুৱা 4.30 বজাত মুম্বাইৰ ককিলাবেন হাস্পতালত,ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।

নৈত সন্ধানহীন মহিলা

নৈত সন্ধানহীন মহিলা

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দিখৌ নৈৰ দলঙৰ পৰা এগৰাকী মহিলাই জাঁপ দিয়াৰ পিছতে উত্তেজনা ৰ সৃষ্টি হয় নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। নৈত সন্ধানহীন মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাতপট্টিত।

ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
Uncategorised

ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটো সংঘটিত হয় টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীত। ট্ৰেভেলাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীৰ কাষতে। দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত যাত্ৰীসহ ট্ৰেভেলাৰ আৰু বাইক লগে লগে বাগৰি পৰিল ঐতিহাসিক বাদুলীপুখুৰীত। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

  বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ। বোকাখাতৰ টিপুজান চাহ বাগিচাত উদ্ধাৰ মৃত নাহৰফুটুকীটো। নাহৰফুটুকীটো প্ৰায় তিনিদিন পূৰ্বে হত্যাৰ সন্দেহ স্থানীয় ৰাইজ তথা বন বিভাগৰ। স্থানীয় ৰাইজে মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

ৰাজ্যত আকৌ নাও দুৰ্ঘটনা

ৰাজ্যত আকৌ নাও দুৰ্ঘটনা

  বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ ৰাজ্যত আকৌ নাও দুৰ্ঘটনা। শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় পুনৰ নাওঁ দুৰ্ঘটনা। হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটত দুখন ভুটভুটীৰ মুখামুখি সংঘৰ্ষ। জিনজিৰাম নৈত বুৰ যোৱা দুয়োখন নাওৰ এখন যাত্ৰীবাহী আৰু আন এখন মালবাহী ভুটভুটী আছিল। ঘটনাস্থলীত আৰক্ষী, এছ ডি আৰ এফ উপস্থিত হৈছে যদিও এজন