২০১৮ বৰ্ষত অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৮ বঁটা।

1 min read

২০১৮ বৰ্ষত অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৮ বঁটা।

সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা বাবে অসমে লাভ কৰিছে এই স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা।

২ অক্টোবৰৰ দিনা দিল্লীত দেশৰ কেন্দ্ৰীয় খোৱাপানী আৰু অনাময় দপ্তৰৰ মন্ত্ৰী শ্ৰী উমা ভাৰতীয়ে এই বঁটা প্ৰদান কৰে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author