বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ শুকুৰবাৰে ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাওবাদী সদস্য গীতা দেৱী আৰু সোণাৰাম মাৰান্দীক। বিভিন্ন অপৰাধৰ লগত জড়িত মাওবাদী দুগৰাকীৰ সন্দৰ্ভত গিৰিদিহৰ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ ঝায়ে কয়,” গ্ৰেপ্তাৰ হোৱা মাওবাদী দুগৰাকী সংগঠনৰ অতি পুৰণি আৰু সক্ৰিয় সদস্য । NATIONAL DESK, GUWAHATI TIMES.
Month: October 2018
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ মিজোৰাম, ছত্তিশগড়,মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বিধান সভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষিত হব। নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিব নিৰ্বাচনৰ তাৰিখসমূহ। NATIONAL DESK, GUWAHATI TIMES.
আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন। ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া দিনৰ ২ বজালৈকে চলিব। ১৬টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৪৮গৰাকী প্ৰাৰ্থীয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ আজিৰ পৰা অসমত আধাৰ কাৰ্ডৰ বিনামূলীয়া আবেদন আৰম্ভ হ ল। অসমৰ 33 খন জিলাৰ 1241 টা কেন্দ্ৰৰ জৰিয়তে আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। মনত ৰাখিব আধাৰ কাৰ্ড এই আবেদন প্ৰক্ৰিয়া সম্পুৰ্ণ বিনামূলীয়া। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ মাজুলীৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সংগীত নাটক একাডেমি বটা প্ৰাপ্ত সত্ৰাধিকাৰ কোষকান্ত দেৱ গোস্বামী গুৰুতৰ ভাৱে অসুস্থ । উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱা বাবে সত্ৰাধিকাৰ গৰাকীক দিশপুৰ GNRCত ভৰ্তি কৰোৱা হৈছে । গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।