ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ চলিব নগাঁও আদালতত ৷

0 min read

নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ এই নিৰ্দেশ ।
নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে জাৰি কৰে এই নিৰ্দেশনা ।
নগাঁও আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদন অগ্ৰাহ্য আদালতৰ । আৰক্ষীয়ে দুয়োপক্ষৰ বুজাবুজি হোৱা বুলি দাখিল কৰিছিল প্ৰতিবেদন ।
এতিয়াৰে পৰা আদালতত চলিব ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ ।
অহা ৮ জানুৱাৰী ২০১৯ তাৰিখে নিৰ্ধাৰণ কৰিছে গোচৰটোৰ পৰৱৰ্তী দিন

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author