কবিতাৰ দিনত নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাক স্মৰণ । গীত-মাত-কবিতাৰ অন্যন্য অনুষ্ঠান I

1 min read

https://youtu.be/85FTsuohESQ

কবিতাৰ দিনত নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাক স্মৰণ । গীত-মাত-কবিতাৰ অন্যন্য অনুষ্ঠান I আজি কবিতাৰ দিন । কবি নৱকান্ত বৰুৱাৰ জন্মদিন । নগাঁৱত অকণিৰ সাহিত্য সভাৰ উদ্যোগত কবিতাৰ সম্ৰাট কবি নৱকান্ত বৰুৱাক গীত-মাত-কবিতাৰে স্মৰণ কৰা হয় । কবি গৰাকীৰ নগাঁৱৰ নতুন বজাৰস্হিত শৈশৱৰ চোতালত এই উপলক্ষে অনুষ্ঠিত হয় এটি অগতানুগতিক অনুষ্ঠান । বিশিষ্ট কবি প্ৰদীপ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বহু কেইগৰাকী শিল্পী-সাহিত্যিক-কবি উপস্থিত থাকি গীত-মাত-ছবিৰে জীপাল কৰি তোলে । ইপিনে ৰাকেশধীৰ মেধি আৰু দুলাল বৰাই আঁত ধৰা এই অনুষ্ঠানটিত দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি কবিগৰাকীক স্মৰণ কৰে । Adil Shah report, Nagaon.

You May Also Like

More From Author