Two scientists named James Allison and Tasuku Honjo bagged the 2018 Novel Prize for their magnificent discoveries in relation to drive and manipulate the human immune system to fight cancer. Allison, a professor in the University of Texas MD Anderson Cancer Center, United States, while working on a protein CTLA-4
Year: 2018
One of the famous music festivals in the world, Ziro Festival of Music 2018 successfully came to an end after its 4 day long portrayal of music,art and culture from around the world in Ziro valley, the mellow lap of Arunachal Pradesh. The festival which started on the 27th September
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক । ধোনীয়ে ২০১৭ চনৰ জানুৱাৰী মাহত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অধিনায়কৰ দায়িত্ব এৰিছিল যদিও মঙ্গলবাৰে হঠাৎ সকলোকে আচৰিত কৰি ভাৰতীয় টীম মেনেজমেন্টে ধোনীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে। SPORTS DESK, GUWAHATI TIMES
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ। পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ। পাচঁগ্ৰাম কাগজ কল পুনৰ আৰম্ভ কৰাৰ দাবীত আজি পুৱা 9 বজাৰপৰা চাৰিঘন্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কৰ্মচাৰীয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। উচ্চতম ন্যায়ালয়ে সাংবিধানিকভাৱে বৈধ আখ্যা দিলে আধাৰ কাৰ্ডক। কোনো ম’বাইল কোম্পানীয়েও বিচাৰিব নোৱাৰিব আধাৰ কাৰ্ড লগতে কিন্তু বেংক একাউণ্টৰ সৈতে বাধ্যতামূলক নহ’ব আধাৰ কাৰ্ড লগতে মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনাই যে CBSE, UGC, NEET-এ দাবী কৰিব নোৱাৰিব আধাৰ কাৰ্ড।