বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত। বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী স্বাস্থ্য বীমা আঁচনিখন শুভাৰম্ভ কৰিৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই। আয়ুস্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱাৰ আঁচনি যাৰ দ্বাৰা প্ৰায় ৫০ কোটি জনসাধাৰণক সাঙুৰি লোৱা হ’ব
Year: 2018
বিগ ব্ৰেকিং নিউজ হঠাৎ মাজনিশা জালুকবাৰী – ভৰলুমুখ পথত দেখা গল ড০ হিমন্ত বিশ্ব শৰ্মাক। মাজনিশা আহি জালুকবাৰী – ভৰলুমুখ পথ মেৰামতিৰ বুজ ললে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেওবাৰে পুৱা 4.30 বজাত মুম্বাইৰ ককিলাবেন হাস্পতালত,ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা ‘কল্পনা লাজমী’য়ে।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দিখৌ নৈৰ দলঙৰ পৰা এগৰাকী মহিলাই জাঁপ দিয়াৰ পিছতে উত্তেজনা ৰ সৃষ্টি হয় নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। নৈত সন্ধানহীন মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাতপট্টিত।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰাতিপুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটো সংঘটিত হয় টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীত। ট্ৰেভেলাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ টিয়কৰ ঐতিহাসিক বাদুলীপুখুৰীৰ কাষতে। দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত যাত্ৰীসহ ট্ৰেভেলাৰ আৰু বাইক লগে লগে বাগৰি পৰিল ঐতিহাসিক বাদুলীপুখুৰীত। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ