Year: 2018

মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

  বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ। বোকাখাতৰ টিপুজান চাহ বাগিচাত উদ্ধাৰ মৃত নাহৰফুটুকীটো। নাহৰফুটুকীটো প্ৰায় তিনিদিন পূৰ্বে হত্যাৰ সন্দেহ স্থানীয় ৰাইজ তথা বন বিভাগৰ। স্থানীয় ৰাইজে মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

ৰাজ্যত আকৌ নাও দুৰ্ঘটনা

ৰাজ্যত আকৌ নাও দুৰ্ঘটনা

  বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ ৰাজ্যত আকৌ নাও দুৰ্ঘটনা। শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় পুনৰ নাওঁ দুৰ্ঘটনা। হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটত দুখন ভুটভুটীৰ মুখামুখি সংঘৰ্ষ। জিনজিৰাম নৈত বুৰ যোৱা দুয়োখন নাওৰ এখন যাত্ৰীবাহী আৰু আন এখন মালবাহী ভুটভুটী আছিল। ঘটনাস্থলীত আৰক্ষী, এছ ডি আৰ এফ উপস্থিত হৈছে যদিও এজন

প্ৰতিদিনে হোৰা- হুৰে বাঢ়িছে পেট্ৰল ডিজেল মূল্য।

প্ৰতিদিনে হোৰা- হুৰে বাঢ়িছে পেট্ৰল ডিজেল মূল্য।

বিগ ব্ৰেকিং নিউজ প্ৰতিদিনে হোৰা- হুৰে বাঢ়িছে পেট্ৰল ডিজেল মূল্য। প্ৰতিদিনৰ দৰেই আজিও গুৱাহাটীত ১১ পইচাকৈ বাঢ়িল প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য। আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮৪.৭৭ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৭.২৪ টকা হয়গৈ। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থাৱৰ – অস্থাৱৰ সম্পত্তি ঘোষণা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থাৱৰ – অস্থাৱৰ সম্পত্তি ঘোষণা।

  বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থাৱৰ – অস্থাৱৰ সম্পত্তি ঘোষণা। কৌটিপতি যেন লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাই এখনো নিজা গাড়ী। প্ৰধানমন্ত্ৰী গৰাকীৰ হাতে জমা আছে ৪৮,৯৪৪ টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বেংকত জমা আছে ১,১৯,২৫,৯৭৮ টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অলংকাৰ হিচাপে আছে মাত্ৰ চাৰিটা সোণৰ আঙুঠি। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী

হিমা দাসৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

হিমা দাসৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

  বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ বিশ্ব বিজয়ী এথলীট এছিয়াড হিমা দাসৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই মত বিনিময় কৰে। সন্মানীয় ‘অৰ্জুন বঁটা’ৰ বাবে নিৰ্বাচিত হোৱা বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।