আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি ১১ নং কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰত অনুষ্ঠিত বিজয় সংকল্প সমাৰোহত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷ কলিয়াবৰ সংসদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, বি.পি.এফ. মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী যুত মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ স্বৰূপে বিজয় সংকল্প সমাৰোহত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ উপস্থিতিয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মিত্ৰজোঁটৰ প্ৰতিজন কাৰ্যকৰ্তাক সাহস তথা অনুপ্ৰেৰণা যোগায়৷
Adil Shah Alam Report- Guwahati Times