Month: April 2019

গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী Gaurav Gogoi

গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী Gaurav Gogoi

গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী গৌৰৱ গগৈৰ। নিৰ্বাচনী প্ৰচাৰ চলাই ঢোলৰ চেওত নাচনীৰ লগত ককাল ভাঙি নাচিলে সাংসদ গৌৰৱ গগৈয়ে। ককাল ভাঙি আৰু হাত মেলি মেলি নাচিলে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈক সংগ দিলে বিধায়িকা অজন্তা নেওগে । #golaghat #apcc #assam

Video-কুইন ওজাৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ বিষয়ক লৈ মন্তব্য প্ৰদান , জোন মণি দেৱী খাউণ্ডৰ

Video-কুইন ওজাৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ বিষয়ক লৈ মন্তব্য প্ৰদান , জোন মণি দেৱী খাউণ্ডৰ

কুইন ওজাৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ বিষয়ক লৈ মন্তব্য প্ৰদান , ৭ নম্বৰ লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোন মণি দেৱী খাউণ্ডৰ