Month: June 2019

নলবাৰী যজ্ঞভূমিত সচেতন যুৱকে পথ মেৰামতি কৰি চৰকাৰ- পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নলবাৰী যজ্ঞভূমিত সচেতন যুৱকে পথ মেৰামতি কৰি চৰকাৰ- পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে বৃহত্তৰ বাহঁজানীৰ অন্তৰ্গত যজ্ঞভূমি অঞ্চলটোৰ এচাম ব্যস্ত পথ বিধ্বস্ত হৈ পৰিছে যদিও জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। অঞ্চলটোৰ যজ্ঞভূমি পূজা খোলাৰ পৰা