Month: July 2019

নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ তিনিজনক কৰায়ত্ত ।

নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ তিনিজনক কৰায়ত্ত ।

ধৃত লোককেইজন হৈছে পৰীক্ষিত নাথ , ৰমজান আলি আৰু আলি ৰহমান । নগাঁৱৰ মৰিকলঙত আৰক্ষীয়ে চলাইছিল এই অভিযান । দীৰ্ঘদিন ধৰি চলাই আহিছিল নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় । Adil Shah Alam report, nagaon.