Month: July 2019

মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ সাহাৰ্য প্রদান

মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ সাহাৰ্য প্রদান

মঙলদৈ, ২৯ জুলাই : ৰাজ্য খনৰ বিভিন্ন দল- সংগঠন আৰু ব্যক্তি বিশেষে মুখ্য মন্ত্ৰীৰ বান সাহাৰ্য পুজিলৈ দান-বৰঙণি আগবঢ়োৱাৰ সময়তে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দলগাও আঞ্চলিক সমিতিয়েও ৰাজ্যৰ বানাক্ৰান্ত লোক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ জৰিয়তে আজি মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ