Month: July 2019

নগাঁও জিলাৰ জুৰীয়াত জাপানীজ এনকেফ্লাইটিছ ৰোগত মহিলাৰ মৃত্যু ৷

নগাঁও জিলাৰ জুৰীয়াত জাপানীজ এনকেফ্লাইটিছ ৰোগত মহিলাৰ মৃত্যু ৷

ৰাজ্যত জাপানীজ এনকেফ্লাইটিছ ৰোগত অাক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে জুৰীয়াত আজি এগৰাকী মহিলাৰ জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু হয়।জুৰীয়া তেলিয়া বেবেজীয়া গাৱৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী যোৱা কিছুদিন ধৰি জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰহমান হস্পিটেলত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত পৰিয়ালৰ

সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন(আমছু)ৰ গোসাইগাওঁ (পূ:)  আঞ্চলিক সমিতি গঠন।

সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন(আমছু)ৰ গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন।

গোসাইগাওঁ, ২৯ জুলাই :- সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ভদেয়াগুৰী এল পি স্কুল খেল পথাৰত এখন গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন কৰা হয়।উল্লেখনীয় যে কিছুদিন পূৰ্বে গঠিত গোসাঁইগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল যদিও কিছু বিসংগতিৰ অনুমান পাই পুৰনা সমিতিখন ভংগ কৰি আজি

PM Modi to feature in Man Vs Wild Episode

PM Modi to feature in Man Vs Wild Episode

In a first, Prime Minister Narendra Modi will feature in Discovery Channel show ‘Man Vs Wild’ alongside the popular host and adventurer, Bear Grylls. Shot in the Jim Corbett National Park, the special episode will be broadcast on August 12 at 9 pm and will be showcased in 180 countries

Mary Kom wins gold at President’s Cup in Indonesia

Mary Kom wins gold at President’s Cup in Indonesia

Six-time world champion MC Mary Kom on Sunday bagged the gold medal in the 23rd President’s Cup, in a one-sided 51 kg bout final in Labuan Bajo, Indonesia. Pugilist Kom eased past Australian April Franks 5-0. “Gold medal for me and for my country at #PresidentCup Indonesia. Winning means you’re