Month: July 2019

বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

নলবাৰী,২৮ জুলাই=নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে নিৰ্মাণ কাৰ্য্য বন্ধৰো দাবী কৰে ক্ষোভিত ৰাইজে৷ উল্লেখ্য যে স্বাধীনতাৰ সত্তৰ বছৰ পিছত এইবেলি উক্ত পথটো পকীকৰন কৰাৰ বাবে গড়কাপ্তানি

নেডাৰ উদ্যগত  বান সাহায্য বিতৰণ

নেডাৰ উদ্যগত বান সাহায্য বিতৰণ

২৮জুলাই,গুৱাহাটী- বন্যাৰ্তক সহায় বাবে আগবাঢ়ি আহিছে উত্তৰপূৰ্বাঞ্চলৰ তৰ্কিক সকলক লৈ গঠিত অনুষ্ঠান নৰ্থ ইষ্ট ডিবেটাৰ্চ এছোছিয়েচন (নেডা ) । আজি নেডা ৰ উদ্যোগত কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ ডিমৌৰ অঞ্চলৰ পানীখাইটি-উখুৱা গাঁওৰ শতাধিক বান পীড়িত পৰিয়ালক সাহায্য সামগ্ৰীৰ বিতৰণ কৰে। উল্লেখ্য যে, পুঠিমাৰী নৈৰ মাথাউৰী ছিঙি যোৱাত অঞ্চলটোত বানপানীয়ে বাৰুকৈ ক্ষতিগ্ৰস্ত

শনিবাৰে নগাঁৱত মঞ্চস্থ হ’ল চুতীয়া বীৰাংগনা নাৰী ৰাণী সতী সাধনীৰ জীৱন আধাৰিত নাটক “কামৰূপা”।

শনিবাৰে নগাঁৱত মঞ্চস্থ হ’ল চুতীয়া বীৰাংগনা নাৰী ৰাণী সতী সাধনীৰ জীৱন আধাৰিত নাটক “কামৰূপা”।

নাটখনিৰ ৰচনা উদীয়মান গল্পকাৰ মুনমী বৰদলৈৰ আৰু পৰিচালনা বিশিষ্ট নাট্য শিল্পী পবিত্ৰ কলিতাৰ। নাটখনিৰ পৰিচালনা উপদেষ্টাৰ দায়িত্বত আছিল অভিনেতা পবিত্ৰ প্ৰাণ শৰ্মা। কনক শইকীয়াৰ সামগ্ৰীক পৰিকল্পনাৰ মঞ্চস্থ হোৱা নাট্যসন্ধ্যাটিৰ ব্যৱস্থাপনা আছিল অসমৰ অগ্ৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং। মুঠ ৩০জন শিল্পীয়ে অভিনয় কৰা নাট্যসন্ধ্যাটিয়ে দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হয়। Adil Shah

ৰবিবাৰে গুৱাহাটী ৰেইলৱে ষ্টেচনত উদ্ধাৰ কৰা হয় এটা .২২ পিষ্টল সহ ৩০ জাই সজীৱ গুলী।

ৰবিবাৰে গুৱাহাটী ৰেইলৱে ষ্টেচনত উদ্ধাৰ কৰা হয় এটা .২২ পিষ্টল সহ ৩০ জাই সজীৱ গুলী।

ৰবিবাৰে পুৱা ৭:৩০ বজাত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৰানস্ত্ৰ খিনি। ৰেইলখন ষ্টেচনৰ ১ নং প্লেটফৰ্মত ৰখাই থোৱাৰ সময়তে ১১ নম্বৰ ডবাত উদ্ধাৰ হয় সামগ্ৰীখিনি। দবাটোৰ টইলেটত ৰাখিছিল মৰানস্ত্ৰটো। বৰ্তমানলৈকে কোনে সেইখিনি ডবাৰ টইলেটত ৰাখিলে তাৰ কোনো শুং সূত্ৰ লাভ কৰা নাই ৰেইলৱে আৰক্ষীয়ে। News Desk

গোসাঁইগাওঁত এক নৃশংস হত্যাকাণ্ড। যুৱকক  হানি-খুছি হত্যা

গোসাঁইগাওঁত এক নৃশংস হত্যাকাণ্ড। যুৱকক হানি-খুছি হত্যা

গোঁসাইগাঁওৰ অন্তৰ্গত ৩ নং দাৱাগুৰি গাওঁত যোৱানিশা এক নৃশংস সত্যকাণ্ড সংঘটিত হয়। গাঁওখনৰ বাসিন্দা হজৰত আলীৰ পুতেক আক্তাৰ হুছেইন নামৰ ( ৩০)যুৱকক যোৱানিশা নৃশংসভাবে হানি-খুছি হত্যা কৰাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে ।মৃত যুৱকজনৰ মৰণত্যৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গোসাঁইগাঁওৰ RNB চিকিৎসাললয়ৰ পৰা কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গাঁওৰ