মাকুমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

1 min read

চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি মাকুমত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ( আছা) সাংস্কৃতিক প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ।(DAINIK JANAMBHUMI)

You May Also Like

More From Author