Month: November 2019

নৈত পৰি যোৱা দুদিন ধৰি সন্ধানহীন এটা কণমানি শিশু:উদ্ধাৰ অভিযান অব্যাহত

নৈত পৰি যোৱা দুদিন ধৰি সন্ধানহীন এটা কণমানি শিশু:উদ্ধাৰ অভিযান অব্যাহত

কোকৰাঝাৰ জিলাৰ ফকীৰগ্রাম আৰক্ষী চকীৰ অন্তৰ্গত নয়াচাৰা গাওঁত অঘটন।গাঁওখনৰ কাষেদি বৈ যোৱা গঙ্গীয়া নৈত যোৱা ২৩ /১১(শনিবাৰ) দিনৰ আবেলি প্ৰায় ৪ মান বজাত চাৰি বছাৰীয় কণমানি শিশু এটা নৈৰ পানীত পৰে।জানিব পৰা মতে গাঁওখনৰ স্থানীয় বাসিন্দা আবুল কালামৰ পত্নী শিশুটোক লৈ নৈখনৰ কাষত যাক দিয়া মৰা পাঠ ধুঁবলৈ গৈছিল।যথাসময়ত শিশুটো