Month: November 2019

মাকুমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মাকুমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি মাকুমত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ( আছা) সাংস্কৃতিক প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ।(DAINIK JANAMBHUMI)

আলফা স্বাধীনৰ পতাকা উৰিল পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

আলফা স্বাধীনৰ পতাকা উৰিল পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ দিনা পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটত বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে৷ এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে৷ পানীতোলাৰ বৰুৱাহোলা অঞ্চল এটা সময়ত আলফা ঘাটি