আলফা স্বাধীনৰ পতাকা উৰিল পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

আলফা স্বাধীনৰ পতাকা উৰিল পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
আলফা স্বাধীনৰ পতাকা উৰিল পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ দিনা পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটত বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে৷

এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে৷ পানীতোলাৰ বৰুৱাহোলা অঞ্চল এটা সময়ত আলফা ঘাটি হিচাপে পৰিচিত আছিল৷

আজি আলফাৰ পতাকা উদ্ধাৰ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ পাছত পানীতোলা আৰক্ষীয়ে পতাকা খন খুলি লৈ যায় আৰু অনুসন্ধান অব্যাহত ৰাখিছে৷(DAINIK JANAMBHUMI)

Elias Ali