Year: 2019

নলবাৰীত  জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক

নলবাৰীত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক

নলবাৰীত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক নলবাৰী:নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, নলবাৰী বাণিজ্যিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক হেমন্ত কুমাৰ দত্তৰ (৭২ ) মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি