Year: 2019

ছিপাঝাৰৰ মাৰৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ছিপাঝাৰৰ মাৰৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

বলেৰ’ পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ বাইক আৰোহীৰ ৷ থিতাতে নিহত গোলাপ শৰ্মা নামৰ বাইক আৰোহী জন ৷ নিহত শৰ্মা কলাইগাও আৰক্ষী থানাত কৰ্মৰত আৰক্ষী আছিল ৷ গুৱাহাটী অভিমুখী AS 25 DC–9600 নং ৰ বলেৰ’ পিকআপ ভান আৰু AS 13 H—1810 নং চুপাৰ স্প্লেনণ্ডাৰৰ মুখামুখি সংৰ্ঘষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত