Year: 2019

বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

দুগৰাকী বিদ্যুৎ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন মৃতকৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে আঢ়ৈ লাখ টকাৰ সাহায্য প্ৰদান বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত ২৬ জুন তাৰিখে সংঘটিত দুৰ্ভাগ্যজনক বিদ্যুস্পৃষ্ট হোৱা ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে