Year: 2019

নগাঁও জিলাৰ জুৰীয়া আমতলাত দেওবাৰে বিয়লি সমাজত চলি থকা নিষিদ্ধ ড্ৰাগছ মদৰ অবাধ প্ৰচলনৰ বিৰূদ্ধে এক সজাগতা সভাৰ আয়োজন কৰা হয় ৷

নগাঁও জিলাৰ জুৰীয়া আমতলাত দেওবাৰে বিয়লি সমাজত চলি থকা নিষিদ্ধ ড্ৰাগছ মদৰ অবাধ প্ৰচলনৰ বিৰূদ্ধে এক সজাগতা সভাৰ আয়োজন কৰা হয় ৷

নগাঁও জিলাৰ জুৰীয়া আমতলাত সমাজত চলি থকা নিষিদ্ধ ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ ৷ দেওবাৰে বিয়লি এক সভা অনুষ্ঠিত কৰি ইয়াৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদৰ বাবে এখন