Year: 2019

ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

মঙলদৈ ,৯ মে’ : দৰং জিলাৰ আইন শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মঙলদৈ আইন মহাবিদ্যালয় খনৰ কৰ্মৰত অধ্যক্ষ গৰাকীৰ অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নথকাৰ এক গুৰুতৰ অভিযোগ উথ্বাপন কৰিছে